Cachar News:হুইল চেয়াৰত বহি পৰীক্ষা কেন্দ্ৰত উপস্থিত এজন মাধ্যমিক পৰীক্ষাৰ ছাত্ৰ

কাছাৰ,১৫ফেব্ৰুৱাৰী : কাছাৰত ব্যতিক্ৰমী দৃশ্য । হুইল চেয়াৰত বহি পৰীক্ষা কেন্দ্ৰত উপস্থিত এজন মাধ্যমিক পৰীক্ষাৰ ছাত্ৰই। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান জয় কৰিবলৈ সাজু হোৱাৰ আন এক প্ৰমাণ যে যদি মানুহৰ দৃঢ়তা শক্তিশালী হয় তেন্তে কোনো বাধাই কোনো ব্যক্তিক সফলতাৰ শিখৰত উপনীত হোৱাত বাধা দিব নোৱাৰে(Cachar News)।
তাৰে উদাহৰণ দাঙি ধৰিলে কাছাৰ’ৰ কাটিগৰা জে আৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ এইগৰাকী পৰীক্ষাৰ্থীয়ে। যিজন বিশেষভাৱে সক্ষম হৈ হুইল চেয়াৰত বহি মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পৰীক্ষা কেন্দ্ৰলৈ গ’ল।
লগতে পঢ়ক:Drugs peddler arrested along with drugs:তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়াসহ নিচাজাতীয় টেবলেট