Local, Vocal, Global

বৰপেটা জিলাৰ সৰভোগত পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক:- বৰপেটা জিলাৰ সৰভোগৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঐতিহাসিক গোহাঁই কমল আলি সংলগ্ন তথা চকচকা বজাৰৰ পৰা কলগাছিয়ালৈ যোৱা ঐতিহাসিক ভট্টদেৱ পথটোৰ দুৰৱস্থা,এই পথটোৰ চকচকা বজাৰৰপৰা ৰূপহীলৈ একেবাৰেই বিধ্বস্ত ৰূপ লৈছে,এজাক কিনকিনিয়া বৰষুণতে পুখুৰী সদৃশ পৰিবেশ সৃষ্টি হয়,আজি পুৱাতে পথটোৰ চকচকা বজাৰত সৰভোগৰ বাৰেগাঁওৰ বাসিন্দা চাইকেল চলাই অহা ইন্দ্ৰমোহন ৰায় দুৰ্ঘটনাত পতিত হয়,দুৰ্ঘটনাটোৰ ব্যক্তিজনে মুৰত আঘাত পায়৷