Local, Vocal, Global

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইত

নিউজ ডেস্ক : হোজাইত উদ্ধাৰ অচিনাকি মৃতদেহ।

লালপট্টি ৰে’লৱে অভাৱ ব্ৰিজৰ সমীপত উদ্ধাৰ মৃতদেহ।

মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

add3

ঘটনাস্থলীত GRP আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি, মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে নগাওঁলৈ প্ৰেৰণ কৰে।