Local, Vocal, Global

Sensational incident: আকাশ চৌধুৰীৰ মৃত্যু সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,২০জানুৱাৰী : আকাশ চৌধুৰীৰ মৃত্যু সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ।

ভগদত্তপুৰ আৰক্ষীৰ জালত পঞ্চমজন অভিযুক্ত গৌতম সৰকাৰ। পূৰ্বে গ্ৰেপ্তাৰ হোৱা আকাশৰ ৪ বন্ধুৰ তথ্যৰ ভিত্তিত পানী যোগান ধৰা গাড়ীৰ চালক গৌতম সৰকাৰক গ্ৰেপ্তাৰ। পানী যোগান ধৰা AS-11AC-5065 নম্বৰৰ বাহনখনো জব্দ। ধৃত গৌতম সৰকাৰৰ ঘৰ সৰ্থেবাৰীত।

উল্লেখ্য যে, উৰুকাৰ নিশা কাহিলিপাৰাত হত্যাৰ বলি হৈছিল আকাশ চৌধুৰী। ৪ বন্ধুৰ আক্ৰমণত নিহত হৈছিল আকাশ(Sensational incident)।

লগতে পঢ়ক :Nameri National Park :নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাংচিকাৰীৰ মাজত সংঘৰ্ষ; নিহত চোৰাংচিকাৰী