WATCH | Sarbananda Sonowal : ‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়’-সৰ্বানন্দ সোণোৱাল
নিউজ ডেস্ক,৭এপ্ৰিল : ‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়’-সৰ্বানন্দ সোণোৱাল
‘নিজৰ স্বাৰ্থৰ বাবে নহয়,ৰাইজৰ বাবে কাম কৰক’
‘পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায়’
‘ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰি নিজৰ চৰিত্ৰ উদঙাই দিব নালাগে’
উদাত্ত ভাষণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ(Sarbananda Sonowal)
‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়’
‘আমি সকলোৱে এই মানসিকতাৰে আগবাঢ়ি যাব লাগিব’
‘আমি আমাৰ নীতি, পৰম্পৰা, ইতিহাস সদায়ে মনত ৰাখিব লাগিব’
‘পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায়’
ব্যক্তিৰ বাবে, আত্মীয়ৰ বাবে ক্ষমতাৰ অপপ্রয়োগ কৰিব নালাগে
‘একাংশই পৰিয়ালক আর্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে’
বিজেপিৰ দলীয় সভাত সর্বানন্দ সোণোৱালৰ তাৎপর্যপূর্ণ মন্তব্য
লগতে পঢ়ক : WATCH | Pradhan Mantri Awas Yojana : চৰকাৰী পকী ঘৰৰ বাবে আপুনি জিঅ’ টেগিং কৰিলে নে?