Local, Vocal, Global

WATCH | Waqf (Amendment) Act : ‘ৱাকফৰ সম্পত্তি আমাৰ মুছলমানৰ সম্পত্তি’

নিউজ ডেস্ক,৭এপ্ৰিল : ‘ৱাকফৰ সম্পত্তি আমাৰ মুছলমানৰ সম্পত্তি’

‘মুছলমানৰ সম্পত্তিত কিয় চকু দিছে বিজেপিয়ে?’

‘মুছলমান ধৰ্ম শেষ কৰিব বিচাৰিছে বিজেপিয়ে’

মহানগৰীত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত কেইবাটাও সংখ্যালঘু সংগঠনৰ উত্তাল প্ৰতিবাদ(Waqf (Amendment) Act)

লগতে পঢ়ক : WATCH | Sarbananda Sonowal : ‘ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি তৃতীয়’-সৰ্বানন্দ সোণোৱাল