BOLLYWOOD SUPERSTAR সঞ্জয় দত্তৰ জীৱনৰ অন্তিমটো বাক্য

BOLLYWOOD SUPERSTAR সঞ্জয় দত্তৰ দেহত কেঞ্চাৰ ৰোগে থিতাপি লোৱাৰ পিছত দুমাহৰ ভিতৰতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। কেঞ্চাৰে চতুৰ্থ পৰ্যায় পোৱাৰ পিছত অধিক দুৰ্বল হৈ পৰিছে সঞ্জয় দত্ত। SUPERSTAR জনে তেওঁৰ অনুৰাগী সকললৈ প্ৰেৰণ কৰিছে তেওঁৰ জীৱনৰ অন্তিমটো বাক্য। সঞ্জয় দত্তই কলে যেঃ আপোনালোকে মোৰ বাবে চিন্তিত নহব, মই সুস্থ আছো, কিন্তু কেতিয়াবা মই ভাগি পৰো,অনুভৱ হয় যে মই ভাগৰি পৰিছো, যেতিয়া মই মোৰ ৰোগৰ কথা চিন্তা কৰো তেতিয়া মোৰ মালৈ মনত পৰে।