Local, Vocal, Global

সঞ্জয় দত্তই প্ৰয়াত পিতৃ সুনীল দত্ত আৰু মাতৃ নাৰ্গিছৰ বিবাহ বাৰ্ষিকীৰ দিনটোতেই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে পিতৃ-মাতৃৰ ফটো

বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তই প্ৰয়াত পিতৃ-মাতৃৰ বিবাহ বাৰ্ষিকীৰ দিনটোতেই তেওঁলোকক সুঁৱৰি ইনষ্টাগ্ৰামত আপলোড কৰিলে এখন ব্লেক এণ্ড হোৱাইট ফটো। কেইবা বছৰ পূৰ্বেই নিজৰ পিতৃ-মাতৃক হেৰুৱাইছিল বলীউড অভিনেতাগৰাকীয়ে। তেঁও নিজৰ ইনষ্টাগ্ৰাম পেজত লগতে লিখিলে- মৰমৰ সঁচা অৰ্থ তেওঁক পিতৃ-মাতৃয়ে শিকাই থৈ গৈছে।