Local, Vocal, Global

Sambhal Lok Sabha candidate Shafiqur Rahman Barq passed away : দেশৰ আটাইতকৈ বৰ্ষীয়ান সাংসদ ছফিকুৰ ৰহমান বৰ্ক আৰু নাই

নিউজ ডেস্ক,২৭ ফেব্ৰুৱাৰী : লোকসভাৰ বৰ্তমানৰ আটাইতকৈ বয়োজ্যেষ্ঠ সাংসদ শ্বফিকুৰ ৰহমান বৰ্ক আৰু নাই (Sambhal Lok Sabha candidate Shafiqur Rahman Burke passed away )।

৯৩ বছৰ বয়সত ইহলীলা সম্বৰণ উত্তৰ প্ৰদেশৰ সাংসদ গৰাকীৰ। মুঠ ৫ বাৰ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। তাৰ পূৰ্বে তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী আৰু বিধায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল(Deputy of SPAD Shafiqur Rahmon Barq died at the age of 94)।