Local, Vocal, Global

Salman Khan House Firing : ছলমান খানৰ বাসগৃহত গুলীচালনা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,১৬ এপ্ৰিল : ছলমান খানৰ বাসগৃহত গুলীচালনা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ। গুজৰাটৰ ভূজ অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই দুৰ্বৃত্তক(Salman Khan House Firing)।

আৰক্ষীৰ ভাষ্য অনুসৰি, অভিযুক্ত দুয়োগৰাকীৰ ঘৰ বিহাৰত। এজনৰ নাম বিকাশ আলিয়াছ বিকি চাহাব গুপ্তা(২৪) আৰু আনজনৰ নাম সাগৰ শ্ৰীযোগেন্দ্ৰ পাল(২১) বুলি ব্যক্ত কৰে। ধৃত অভিযুক্ত দুয়োকে আজি মুম্বাই আদালতত হাজিৰ কৰোৱা হ’ব(Two ‘shooters’ arrested for firing outside actor Salman Khan’s Mumbai residence)।

চিচি টিভিত ধৰা পৰা মুখাৱয়ৱৰ ভিত্তিত দুই ধৃতক গ্ৰেপ্তাৰ কৰাত সহায় হয় বুলি আৰক্ষীয়ে ব্যক্ত কৰে।

লগতে পঢ়ক : Tragic Accidents in Silchar : ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান