Local, Vocal, Global

News Live ৰ বোকাজানৰ সংবাদদাতা ৰুবুল দিহিঙীয়া ৰ কোৰোনাত মৃত্যু। ত চিকিৎসাধীন হৈ আছিল সাংবাদিক জন।

News Live ৰ বোকাজানৰ সংবাদদাতা ৰুবুল দিহিঙীয়া ৰ কোৰোনাত মৃত্যু।

GMCH ত চিকিৎসাধীন হৈ আছিল সাংবাদিক জন।

বোকাজানত শোকৰ বন্যা।

সাংবাদিকতাৰ উপৰিও বিভিন্ন সামাজিক কামত অগ্ৰণী ভূমিকা পালন কৰিছিল ৰুবুল দিহিঙীয়াই ।