WATCH | Rongali Bihu : বিহুক আদৰিবৰ বাবে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰস্তুতি
সোণাৰি,১৩এপ্ৰিল : আজি ব’হাগ বিহুৰ উৰুকা।কাইলৈ গৰু বিহু ।
বিহুক আদৰিবৰ বাবে ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰস্তুতি। উজনি নামনি সকলোতে ইয়াকে লৈ সৃষ্টি হৈছে ব্যাপক উৎসাহ উদ্দীপনা(Rongali Bihu)।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান মূহুৰ্ত