WATCH | Rongali Bihu 2025: উলাবড়ী পশ্চিম ন-খেতিত ৪০ সংখ্যক ৰঙালী বিহু উদযাপন
নলবাৰী,১৬এপ্ৰিল : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত উলাবড়ী পশ্চিম ন-খেতিত ৪০ সংখ্যক ৰঙালী বিহু উদযাপন । তিনিদিনীয়াকৈ পালন কৰা হৈছে ৰঙালী বিহু ।
বিয়ানাম, মুকলি বিহুৰ ওপৰিও বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন ৰঙালী বিহু(Rongali Bihu 2025)।
লগতে পঢ়ক : WATCH | Akhil Gogoi : মাতৃয়ে অখিল গগৈৰ কাষত বহি শুনালে পদ্য