Local, Vocal, Global

Watch | Robbers looted nearly 20 lakh rupees from Sonari town: সোণাৰি নগৰৰ পৰা দিন দুপৰতে ডকাইতে লুটি নিলে প্ৰায় ২০ লাখকৈ টকা

সোণাৰি: সোণাৰি নগৰৰ মাজ-মজিয়াত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । দিন দুপৰতে নগৰৰ মাজ-মজিয়াৰ পৰা ডকাইতে লুটি নিলে প্ৰায় ২০ লাখকৈ টকা।
সোণাৰিৰ SBIবেংকৰ পৰা নাগালেণ্ডৰ গ্ৰীণ প্লাইলৈ নিয়াৰ সময়তে ডকাইতে ৰখাই থোৱা বাহনৰ পৰা নিলে লুটি নিলে ১৯ লাখ ৬০ হাজাৰ টকা। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীৰ কাষ চাপিছে নাগালেণ্ডৰ গ্ৰীণ প্লাইৰ কৰ্তৃপক্ষ।