Watch | Former student leader Shankarjyoti Barua has finally been arrested : অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক
নিউজ ডেস্ক: অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক ।
দুলীয়াজানৰ এটা পেট্ৰট্র’ল ডিপোত হোৱা মাৰপিটৰ ঘটনাত আটক কৰিছিল শংকৰজ্যোতিক।
দেওবাৰৰ নিশা দুলীয়াজানৰ পৰা আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে।
দুলীয়াজান আৰক্ষীয়ে আটক কৰা নেতাজনক আজি গ্ৰেপ্তাৰ কৰা হয়।
ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়াধীশ আদালতত হাজিৰ কৰিছে প্ৰাক্তন আছু নেতাজনক।
BNSৰ কেইবাটাও ধাৰৰ অধীনত গ্ৰেপ্তাৰ প্ৰাক্তন নেতাগৰাকী।
দুলীয়াজান থানাৰ 90/25 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ।