Local, Vocal, Global

Road accident in Dibrugarh: ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা;মটৰ চাইকেলে মহতিয়াই নিলে পথচাৰীক

ডিব্ৰুগড়,২ফেব্ৰুৱাৰী : ডিব্ৰুগড়ৰ লালুকাত ভয়ংকৰ পথ দুৰ্ঘটনা।মটৰ চাইকেলে মহতিয়াই নিয়ে এজন লোকক । ফলত থিতাতে নিহত হয় লালুকা গাঁৱৰে নাজিম আলি(৬০) নামৰ লোকজন(Road accident in Dibrugarh)।

লোকজনৰ মৃত্যুৰ পিছতে সৃষ্টি উত্তপ্ত পৰিস্থিতি । ঘটনাক কেন্দ্র কৰি স্থানীয় ৰাইজ অগ্নিশৰ্মা হৈ পৰে।

৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত এই ঘটনাৰ পাছতে আৰক্ষী উপস্থিত হৈছে যদিও পৰিস্থিতি নিয়ন্ত্রণলৈ অহা নাই।

লগতে পঢ়ক :MLA Parmananda Rajbansh: প্ৰতিশ্ৰুতি দি পালন কৰিলে বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে