Local, Vocal, Global

Thieves Arrested from Barpeta:মহানগৰীত বৃহৎ চুৰি চক্ৰ উৎখাত পল্টন বজাৰ আৰক্ষীৰ

নিউজ ডেস্ক,২ফেব্ৰুৱাৰী : মহানগৰীত বৃহৎ চুৰি চক্ৰ উৎখাত পল্টন বজাৰ আৰক্ষীৰ।

বৰপেটা পৰা ৪টাকৈ গভাইত চোৰক গ্ৰেপ্তাৰ পল্টল বজাৰ আৰক্ষীৰ।

ধৃত মকিবুল খান,ঋষিকেশ কিষেণ সিন্দে,মকিবুল হুছেইন,হৰ্ষজিৎ মণ্ডল।

চোৰকেইটাৰ পৰা জব্দ সোণৰ নেকলেচ,আঙুঠি,বহু সোণ-ৰূপৰ গহনা(Thieves Arrested from Barpeta)।

গুৱাহাটীত ভাড়াঘৰত বাহৰ পাতি চক্ৰটোৱে কৰি গৈছিল চুৰি-ডকাইতি ।

মোবাইল,ফোন,নগদ ৭৫হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে।

১৩/ ২৫ নম্বৰৰ চুৰিৰ গোচৰৰ ভিত্তিত চোৰকেইটাক গ্ৰেপ্তাৰ।

লগতে পঢ়ক :Road accident in Dibrugarh: ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা;মটৰ চাইকেলে মহতিয়াই নিলে পথচাৰীক