Tragic Road Accident in Boko : মৰ্মান্তিক দুৰ্ঘটনা; নিহত দুই ছাত্ৰ

নিউজ ডেস্ক, ৯ ফেব্ৰুৱাৰী : ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা বাইক আৰোহীৰ। ফলত নিহত দুই বাইক আৰোহী(Road Accident in Boko) ।
শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনাটো । শুকুৰবাৰে বকোৰ ছমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা বাইক আৰোহীৰ।ফলত দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী(Tragic Road Accident in Boko )।
নিহত বাইক আৰোহী দুজন ছানিদুল ইছলাম আৰু হাৰুনাল ৰশিদ নামৰ দুজন ছাত্র বুলি জানিব পৰা গৈছে । সোণতলীৰ ছান একাডেমীৰ ছাত্র আছিল দুয়োজন।