WATCH | Road Accident : স্কুটি আৰোহীক মহতিয়াই নিলে তীব্ৰবেগী ডাম্পাৰে
যোৰহাট,১০জুন : যোৰহাট পুলিবৰৰ চাৰিলেণ্ডযুক্ত পথত পথ দুৰ্ঘটনা ।
স্কুটি আৰোহীক মহতিয়াই নিলে তীব্ৰবেগী ডাম্পাৰে(Road Accident)।
ফলত থিতাতে নিহত স্কুটি আৰোহী।
নিহত যুৱকজন ঘৰ চেনী জানত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Abhayapuri News : অত্যধিক গৰমৰ বাবে অসুস্থ ছাত্ৰী