Local, Vocal, Global

WATCH | Road Accident : আৰক্ষীৰ বাহনৰ খুন্দাত আহত হয় চাইকেল আৰোহী

বঙাইগাঁও,২৭এপ্ৰিল : শনিবাৰে বঙাইগাঁৱৰ কান্দুলীমাৰীত আৰক্ষীৰ বাহনৰ খুন্দাত আহত হয় চাইকেল আৰোহী !

দুৰ্ঘটনাত পতিত লোকজনক ততাতৈয়াকৈ আৰক্ষীয়ে ভৰ্তি কৰায় বঙাইগাঁও অসামৰিক চিকিৎসালয়ত(Road Accident)৷

আহত লোকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ৷

লগতে পঢ়ক : WATCH | Sonari News : ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্ৰত্যুত্তৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈৰ