Local, Vocal, Global

WATCH | Road Accident : দ্রুতবেগী বলৰো বাহনৰ খুন্দা যাত্রীবাহী অটোত;আহত তিনিজন যাত্রী

কাছাৰ,২৬এপ্ৰিল : কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা। ৬ নং ৰাষ্ট্রীয় ঘাইপথৰ কাটিগড়াৰ কাতিৰাইলত দ্রুতবেগী বলৰো বাহনৰ খুন্দা যাত্রীবাহী অটোত। আহত তিনিজন যাত্রী ।

আহত যাত্ৰীসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি স্থানীয় লোকে কাটিগড়া মডেল হাস্পাতাল লৈ প্ৰেৰণ কৰে(Road Accident)।

জানিব পৰা মতে, ৰমিজ উদ্দিন নামৰ এজনৰ অৱস্থা সংকটজনক। বৰ্তমান গুৰুতৰভাৱে আহত ৰমিজ উদ্দিনক শিলচৰ মেডিকেল কলেজ হাস্পাতাল লৈ প্রেৰণ কৰা হৈছে।

লগতে পঢ়ক : WATCH | Pahalgam terror attack : পেহেলগাম কাণ্ডৰ নিহতসকলক শ্ৰদ্ধাঞ্জলি