Road accident : মহাগৰীৰ উলুবাৰীত পথ দুৰ্ঘটনা

নিউজ ডেস্ক,১২ফেব্ৰুৱাৰী : মহাগৰীৰ উলুবাৰীত পথ দুৰ্ঘটনা ।
সুৰাপায়ী আৰক্ষীয়ে সংঘটিত কৰিলে দুৰ্ঘটনা।
এখন স্কুটিত বুলেটৰে খুন্দা(Road accident)।
প্ৰত্যক্ষদৰ্শীৰ মতে পল্টনবজাৰ থানাৰ আছিল জোৱানজন ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই আৰক্ষী বুলি দাদাগিৰি জোৱানৰ।
লগতে পঢ়ক :Dead Body found in Jorhat: যোৰহাটত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ