Local, Vocal, Global

Republic Day 2025: যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দুজন স্বেচ্ছাসেৱকলৈ ৰাষ্ট্ৰপতি পদকাৰে সন্মান

নিউজ ডেস্ক,২৫জানুৱাৰী : গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত বীৰত্বৰ বঁটা ঘোষণা।

দেশৰ ৯৪২ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতি বঁটা(Republic Day 2025)।

৯৫গৰাকী জোৱানলৈ ৰাষ্ট্ৰপতি বীৰত্ব বঁটা।

১০১ গৰাকী ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা বঁটা।

৭৪৬ গৰাকী জোৱানলৈ উৎকৃষ্ট সেৱা বঁটা।

অসম আৰক্ষীৰ ১৪ গৰাকী বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক।

যোৰহাট জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দুজন স্বেচ্ছাসেৱকলৈ ৰাষ্ট্ৰপতি পদকাৰে সন্মান

অসমত প্ৰথম বাৰৰ বাবে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক দিপাংকৰ বৰগোহাঁই, আৰু উৎপল ঘোষলৈ ৰাষ্ট্ৰপতি বঁটা।

লগতে পঢ়ক :Goalpara News:গোৱালপাৰাত আৰক্ষীৰ উদ্যোগত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ধ্বংস