Goalpara News:গোৱালপাৰাত আৰক্ষীৰ উদ্যোগত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ধ্বংস

গোৱালপাৰা,২৫জানুৱাৰী : গোৱালপাৰাত আৰক্ষীৰ উদ্যোগত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ধ্বংস।
জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা নিষিদ্ধ ড্ৰাগছ খিনি আজি জ্বলাই দিয়ে আৰক্ষী অধীক্ষক নৱনীত মহন্ত।
আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, গোৱালপাৰা জিলা বিভিন্ন থানা এলেকাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই এই ড্ৰাগছ খিনি জব্দ কৰা হৈছিল।ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হব বুলি আৰক্ষী অধীক্ষক নৱনীয় মহন্তই জানিবলৈ দিয়ে(Goalpara News)।
লগতে পঢ়ক :Mid day meal scam: শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ণ ভোজন নামত দুৰ্নীতিৰ অভিযোগ