WATCH | Rangia News : ৰঙিয়াৰ চেপ্তি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা মণ্ডপ প্ৰাংগনত শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপন

ৰঙিয়া,৬এপ্ৰিল : ৰঙিয়াৰ চেপ্তি বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা মণ্ডপ প্ৰাংগনত শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপন।
৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ ৫দিনীয়াকৈ উদযাপন কৰা হৈছে এই পূজা ভাগ। সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে প্ৰতিবছৰৰ দৰে এইবেলিও উদযাপন কৰা এই পূজা ভাগত ৰাতিপুৱাৰে পৰা ভক্তৰ লানি নিচিগা ভিৰ।
লোক বিশ্বাস অনুসৰি যি সকল ভক্তই নিজৰ বাঞ্চা পূৰণাৰ্থে শ্ৰী শ্ৰী বাসন্তী দেৱী মাৰ আশীষ বিচাৰি চাকি বন্তি জ্বলাই আহিছে আজিলৈ সেই সকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হৈ আহি আৰু সেয়ে প্ৰতি বছৰে অসমৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই বিশেষ পূজা ভাগলৈ(Rangia News)।
লগতে পঢ়ক : WATCH | Mangaldai News : মঙলদৈৰ চপাইৰ নৱগ্ৰহ মন্দিৰত চুৰিকাণ্ড