WATCH | Rangia News : ৰঙিয়াত অসম ৰাজ্যিক আমন্ত্ৰণীমূলক টাইকোৱানডো প্ৰতিযোগিতা
ৰঙিয়া,২২মাৰ্চ : ৰঙিয়াত অসম ৰাজ্যিক আমন্ত্ৰণীমূলক টাইকোৱানডো প্ৰতিযোগিতা। তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা ।
২১ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈ ৰঙিয়া ৰেল বিভাগৰ ৰেলকুঞ্জত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক আমন্ত্ৰণীমূলক টাইকোৱানডো প্ৰতিযোগিতাখন শুকুৰবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক ভৱেশ কলিতাই(Rangia News)।
প্ৰতিযোগিতা খনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ সকলে অংশগ্ৰহণ কৰে। ৰঙিয়া জিলা টাইকোৱনডো এছোচিয়েচনৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা খনত সমূহ দৰ্শকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে ৰঙিয়া জিলা টাইকোৱনডো এছোচিয়েচনৰ কৰ্মকৰ্তা সকলে।
লগতে পঢ়ক : Watch | Gohpur news: গহপুৰত ভতিজাৰ বিয়া খাবলৈ গৈ শংকৰ সংঘৰ পৰা এঘৰীয়া হল দুই ভাতৃ