Watch | Rangia indian bank loan free camp:ৰঙিয়াত ইণ্ডিয়ান বেংকৰ উদ্যোগত ঋন মুক্তি শিৱিৰ
ৰঙিয়া: ৰঙিয়াত ইণ্ডিয়ান বেংকৰ উদ্যোগত ঋন মুক্তি শিৱিৰ । ৰঙিয়া নগৰস্থিত বেংকটোৰ শাখা কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা হয় কাৰ্যসূচী । কাৰ্যসূচীত বেংকটোৰ ৰঙিয়াৰ লগতে চাংসাৰী-বোৰ্কা ,হাজো আৰু নলবাৰী শাখাইও প্ৰতিনিধিত্ব কৰে ।শিৱিৰত ১৯ গৰাকীকৈ লোকক ঋন মুক্তি প্ৰমাণ পত্ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।শিৱিৰত বেংকটোৰ কেবাগৰাকীও জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰি বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিষয়ে সদৰি কৰে ।
বাইটঃবেংক বিষয়া।
লগতে পঢ়ক: Watch | Sonapur news : ভূ-মাফিয়াক অজয় মাহাতোক আটক কৰে সোণাপুৰ আৰক্ষীয়ে