WATCH | Rangali Bihu : সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু
শিৱসাগৰ,১৬এপ্ৰিল : আজি ২ ব’হাগ । আজিও ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰঙালী বিহু | শিৱসাগৰতো একে পৰিবেশ ।
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে দ্বাদশ বাৰ্ষিক মুকলি বিহু(Rangali Bihu)।
দিনজোৰ কাৰ্যসূচীৰে আয়োজন কৰা মুকলি বিহু।
লগতে পঢ়ক : WATCH | Hajo News : হাজোৰ নকুছিত বাৰ্ষিক ৰঙালী বিহু সন্মিলন