Watch | Rakibul hussain : চাপৰৰ উচ্ছেদিতৰ কাষত উপস্থিত ৰকিবুল হুছেইনৰ
চাপৰ: বিলাসীপাৰাৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। চিৰাকুটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উচ্ছেদিতক উদ্ধাৰ কৰিবলৈ যোৱা AIUDFৰ ৮ বিধায়কক আটক কৰিছে আৰক্ষীয়ে কালিদিনটোত ।
আনহাতে আজি চাপৰৰ উচ্ছেদিতৰ কাষত উপস্থিত ৰকিবুল হুছেইন। উচ্ছেদিতৰ দুখ দেখি উচুপি উঠিল সাংসদ ৰকিবুল হুছেইন।
কংগ্ৰেছ চৰকাৰ আহিলে সকলো ঠিক কৰি দিয়াৰ আশ্বাস ৰকিবুলৰ।
লগতে মন্তব্য কৰে সাংসদগৰাকীয়ে..
‘প্রচণ্ড গৰমত খাবলৈ পানী নাই, থাকিবলৈ ঘৰ নাই উচ্ছেদিতৰ’
‘৬০/৭০ বছৰ ধৰি ইয়াত বসবাস কৰি আহিছে উচ্ছেদিতই’
‘প্রচণ্ড গৰমত খাবলৈ পানী নাই, থাকিবলৈ ঘৰ নাই উচ্ছেদিতৰ’
‘বিজেপি চৰকাৰে হিটলাৰী শাসন চলাইছে’
‘চৰকাৰে দানৱৰ কাম কৰিছে’
‘ন্যায়ালয়ৰ নিৰ্দেশনা নামানি যিসকল চৰকাৰী বিষয়াই উচ্ছেদ চলাইছে পৰিব বিপদত’
‘নিয়ম নামানি উচ্ছেদ চলোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব’
‘ কংগ্ৰেছৰ চৰকাৰ আহিলে আমি সকলো ঠিক কৰিম ‘
চাপৰৰ উচ্ছেদিতৰ কাষত উপস্থিত হৈ এই মন্তব্য ৰকিবুল হুছেইনৰ
লগতে পঢ়ক: Watch | Nagaon news : নগাঁও বাৰ কাউন্সিল এচছিয়েশ্যনৰ সাধাৰণ নিৰ্বাচন সম্পন্ন