Local, Vocal, Global

Rajastha Assembly Elections 2023 : ৰাজস্থানত এই পৰ্যন্ত বিজয়ী ২৩ গৰাকী বিজেপি প্ৰাৰ্থী

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : অব্যাহত আছে চাৰি ৰাজ্যৰ ভোটগণনা । মোদী মেজিক ৰাজস্থান, ছত্তিশগড়, মধ্যপ্ৰদেশত। ধূলিসাৎ হ’ল কংগ্ৰেছ।

অন্তিম পৰ্যায়ত ভোট গণনা। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজস্থানত এই পৰ্যন্ত ২৩ গৰাকী বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেও(Rajastha Assembly Elections 2023)।

ৰাজ্যখনত বিজয়ী বিজেপি প্ৰাৰ্থীসকল ক্ৰমে বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে গোৰধন, মহেন্দ্ৰ পাল মীনা, বালমুকুন্দচেৰী, দিয়া কুমাৰী, কৈলাশ চন্দ বাৰ্মা, ড০ জশৱন্ত সিং যাদৱ, দেৱী সিং শেখাৱট, সঞ্জয় শৰ্মা, ৰাজেন্দ্ৰ, জীতেন্দ্ৰ কুমাৰ গোথাল, অনিতা ভাদেল, চট্টোসিং, অজয় সিং, হামিৰ সিং ভায়াল, ছামাৰম, শ্ৰীচান্দ কৃপালানী, গৌতম কুমাৰস দিপ্তী কিৰণ মহেশ্বৰী, জাৱৰ সিং ছাংখালা, হীৰা লাল নাগৰ, মদন দিলাৱৰ, বসুন্ধৰা ৰাজে আৰু গোবিন্দ প্ৰসাদ।

লগতে পঢ়ক : Madhya Pradesh Assembly Elections 2023 : মধ্যপ্ৰদেশত বিজেপিৰ চাৰিগৰাকী প্ৰাৰ্থীৰ বিজয়