Savarkar defamation case: ৰাহুল গান্ধীলৈ আদালতৰ চমন;২৩ অক্টোবৰৰ পূৰ্বে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক

নিউজ ডেস্ক,৫অক্টোবৰ : ৰাহুল গান্ধীলৈ আদালতৰ চমন। ২৩ অক্টোবৰৰ পূৰ্বে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধীক(Savarkar defamation case)। মানহানিৰ গোচৰ সন্দৰ্ভত পুনেৰ এখন বিশেষ আদালতৰ চমন ৰাহুল গান্ধীলৈ।
২০২৩ চনৰ মাৰ্চ মাহত লণ্ডনত দিয়া এক ভাষণত হিন্দুত্ববাদী মতাদৰ্শৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বিনায়ক দামোদৰ সাৱৰকাৰৰ নাতি-নাতিনীয়ে বিগত বৰ্ষত ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল অপৰাধমূলক মানহানিৰ গোচৰ। অপৰাধমূলক মানহানিৰ গোচৰ সন্দৰ্ভত পুনেৰ এখন বিশেষ আদালতে ৰাহুল গান্ধীক জাৰি কৰিছে চমন(Rahul Gandhi summoned by court on October 23)।
লগতে পঢ়ক :Road Accident In Dudhnoi : পিকআপ ভান আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন, আহত শিশুসহ ১০গৰাকী