Local, Vocal, Global

ফিল’বাৰী ৰাইজ ব্যস্ত মদ, কাণী, ড্ৰাগছ বন্ধৰ আন্দোলনত

ডিজিটেল ডেস্ক:- ফিল’বাৰী ৰাইজ ব্যস্ত মদ, কাণী, ড্ৰাগছ বন্ধৰ আন্দোলনত, আনফালে ফিল’বাৰী আৰক্ষী ব্যস্ত মদৰ আড্ডাত ।

আৰক্ষী থানাৰ ভিতৰতেই মদ খুৱাত ব্যস্ত গাওঁ ৰক্ষী বাহিনী আৰু আৰক্ষী ।

বামুণ গাওঁ ৰক্ষী বাহিনীৰ দুজন লোকৰ সৈতে মদ খুৱাত এইদৰে ব্যস্ত হোৱা দেখা গ’ল আৰক্ষী দুগৰাকীক ।

ইয়াৰে এগৰাকী, তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক ত্ৰৈলোক্য গগৈ আৰু আনগৰাকী থানাখনৰ গাড়ী ড্ৰাইভাৰ তথা হোম গাৰ্ড নিত্যা বুঢ়াগোহাঞি ।