Local, Vocal, Global

এইবাৰ অটো ৰিক্সাত উঠি ডে’তত গল প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ

ডিজিটেল ডেস্ক:- প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ দুয়োজনৰ সম্পৰ্কেই প্ৰায়ে নেটিজন সকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে৷ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ যুটিয়ে প্ৰায়ে আল্পুপিত কৰি আহিছে তেওলোকৰ অনুৰাগী সকলক, বলিঊদত এই বিশেষ যুটিয়ে সদায়ে আৰ্কষিত কৰি আহিছে বলিউদ প্ৰেমী সকলক৷

এইবাৰ এনেদৰে দুয়ো তাৰকাক দেখা গ’ল এখন অটো ৰিকচ্ছা ডেতত ৷ দুয়োজনে এনেদৰে অটো ৰিকচ্ছা সন্মুখত পজ দিলে ফটোৰ বাবে লগতে তেওঁলোকৰ এই ৰোমাণ্টিক মুহূৰ্ততৰ সময়খিনি এনেদৰে দুয়োয়ে ইজন সিজনৰ লগত সময় অতিবাহিত কৰা দেখা গ’ল৷

নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত (এনএমএচিচি) দুদিনীয়া অনুষ্ঠান সামৰণিত প্ৰিয়ংকা চোপ্ৰাই মুম্বাইত স্বামী নিক জোনাছৰ সৈতে তেওঁৰ ‘ডেট নাইট’ৰ ফটো সামাজিক মাধ্যমত চেয়াৰ কৰিছিল। তেওঁলোকে মুম্বাইৰ ৰাস্তাত এখন ৰিক্সাৰ সৈতে এটা আকস্মিক ফটো চেচন কৰিছিল তাৰপাছতে প্ৰিংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এই ফটো সমূহ পোষ্টত কৰিছিল৷ প্ৰিয়ংকাই তেওঁৰ এবছৰীয়া কন্যা মালতি মেৰী জোনাছকো প্ৰথমবাৰৰ বাবে ভাৰতলৈ লৈ আহিছিল আৰু নিকেও কেইবা বছৰৰ পিছত ভাৰত ভ্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে৷
প্ৰিয়ংকাই এনএমএচিচি মুকলিৰ দ্বিতীয় দিনৰ পৰা তেওঁৰ পোছাকৰ ফটো সামাজিক মাধ্যমত চেয়াৰ কৰি আহিছিল৷

প্ৰিংকাই তাইৰ Instagram act এই পোষ্ট যিয়াৰ কৰি লিখিছিল যে ।

অটো ৰিক্ছচাত ডেত নাইট.. মোৰ চিৰজীবনৰ লগৰী সৈতে৷

নিক জোনাছ আৰু প্ৰিয়ংকাই ক’লা আৰু হালধীয়া মুম্বাই ৰিক্সাৰ সৈতে ভংগীমা দিয়াৰ সময়ত ইজনে সিজনৰ ফালে চাই হাঁহিছিল আৰু সেই সময়খিনি দুয়োেয় সুখৰে অতিবাহিত কৰিছিল৷
ইয়াৰ লগতে প্ৰিংকাই ধন্যবাদ জনাইছিল যিয়ে অনুষ্ঠানটোৰ বাবে তাইৰ পোছাক একেলগে তৈয়াৰ কৰিছিল।

প্ৰিয়ংকাই তাইৰ শাৰীখনৰ বিষয়ে কৈছিল, “এই ধুনীয়া পোছাকযোৰ ৰূপৰ সূতাৰ সৈতে 65 বছৰীয়া ভিণ্টেজ বেনাৰাচি পাটোলা (ব্ৰোকেড) শাৰী আৰু খাদী ৰেচমৰ ওপৰত সোণৰ ইলেক্ট্ৰপ্লেটিং ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল। অৱশেষত, তেওঁ শনিবাৰে নিশাৰ অনুষ্ঠানৰ আমন্ত্ৰণৰ বাবে কেন্দ্ৰটোৰ পৃষ্ঠপোষক আৰু প্ৰতিষ্ঠাপক নীতা আম্বানীক ধন্যবাদ জনায়।
বৰ্তমান সামাজিক মাধ্যমত নিক আৰু প্ৰিংকাৰ এই বিশেষ ডেত নাইট ফটো বহুল ভাৱে চৰ্চিত হৈ আহিছে৷