Local, Vocal, Global

থানাৰ লকআপতে আত্মহত্যা আচামীৰ

  • যোৰহাট সদৰ থানাত অঘটন।
  • লকআপৰ ভিতৰত আচামীয়ে কৰিলে আত্মহনন।
  • আত্মহনন কৰা আচামীৰ নাম ছবিৰ আনচাৰী।
  • চুৰিৰ গোচৰত ঢাকাইপট্টিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল ছবিৰক।