Local, Vocal, Global

১ফেব্ৰুৱাৰীৰে পৰা বাঢ়িব ফেৰী সেৱাৰ টিকতৰ দাম !

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱাৰ দাম বৃদ্ধি।১ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত বাঢ়িব ফেৰী সেৱাৰ টিকতৰ দাম ।আঢ়ৈ টকাৰ পৰিবৰ্তে এতিয়াৰে পৰা টিকতৰ দাম হ’ব ৫ টকা।দুচকীয়া বাহনসহ ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ ভৰিব লাগিব ১৫ টকা।আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালকৰ নিৰ্দেশনা।বৃদ্ধি পাব যোৰহাট-মাজুলী ফেৰী সেৱাৰ ভাড়া।মাজুলি-নিমাতী সংযোগী ফেৰীৰ ভাড়া ১০০ শতাংশ বৃদ্ধি।