Local, Vocal, Global

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

  • বৰ্তমানে চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • টেলিফোন যোগে বাৰ্তালাপ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে
  • প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰী সোণোৱালৰ