Local, Vocal, Global

মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকট। সলনি হ’ব পাৰে মহাৰাষ্ট্ৰৰ ৰাজনীতি

নিউজ ডেস্ক, ২২ জুন : মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাদী (MVA) চৰকাৰক উৎখাত কৰাৰ বাবে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰীয়ে বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে সংঘটিত হৈছে আকস্মিক ঘটনা।

একনাথ চিন্দে ৩৩ জন শিৱসেনা আৰু সাতজন নিৰ্দলীয় বিধায়কৰ সৈতে গুজৰাটৰ চুৰাটৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে। ভাৰতীয় জনতা পাৰ্টি (BJP) শাসিত ৰাজ্য অসমত উপস্থিত হোৱাৰ পিছত, চিন্দেক দলটোৰ সুশান্ত বৰগোহাঁই আৰু পল্লব লোচন দাসে আদৰণি জনায়।

উল্লেখযোগ্য যে, বৰ্তমান পৰ্যন্ত প্ৰায় ৫৫ গৰাকী মন্ত্ৰী বিধায়ক আহি উপস্থিত হৈছে গুৱাহাটীত।

সম্প্ৰতি, শিৱসেনাৰ বিদ্ৰোহী নেতা  Eknath Shinde কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত গুৱাহাটীৰ বিলাসী হোটেল Radisson Bluত আশ্ৰয় গ্ৰহণ কৰি আছে।

গুৱাহাটীলৈ অহা একনাথ সিন্ধে আৰু অন্য মন্ত্ৰী বিধায়কৰ নামসমূহ হৈছে-

১/একনাথ সিন্ধে Eknath Shinde

২/প্ৰতাপ সৰনায়ক (Pratap Sarnaik)

৩/শ্ৰী নিবাস বনগা Shrinivas Vanga

৪/অনিল বাবৰ Anil Babar

৫/নিতিন দেশমুখ Nitish Deshmukh

৬/লতা সোনাবনে Lata Sonawane

৭/যামিনী যাধৱ Yamini Jadhav

৮/সঞ্জয় সৰিসাত Sanjay Sirsat

৯/মহেন্দ্ৰ দলবী Mahendra Dalvi,

১০/ভাৰত গোগৱলে Bharath Bhogvale

১১/প্ৰকাশ সৰ্বে Prakash Surve

১২/সুহাশ কান্দে Suhas Kande

১৩/বচ্চু কড্ড Bachchu Kadu

১৪/নৰেন্দ্ৰ বোন্দেকৰ Narendra Bhondekar

১৫/সঞ্জয় গায়কবাৰ Sanjay Gaikwad

১৬/সঞ্জয় ৰায়মূলকৰ Sanjay Bhashkar Raimulkar

১৭/বালাজী কিন্হীকৰ Balaji Kinikar

১৮/ৰমেশ বোৰনাৰে Ramesh Bornare

১৯/চিমণৰাৱ পাটিল Chimanrao Patil

২০/কিশোৰ পাটিল Kishor Appa Patil

২১/নিতিশ কুমাৰ তলে Nitin Tale

২২/সন্দীপান বুমৰে Sandeep Bhumre

২৩/মহেন্দ্ৰ থোৰৱে Mahendra Thorve

২৪/ৰাজকুমাৰ পটেল Rajkumar Dayaram Patel

২৫/শনৰাজ চৌগুলে Dnyanraj Chougule

২৬/প্ৰদীপ জেশৱাল Pradeep Jaiswal

২৭/প্ৰকাশ অবিতকৰ Prakashrao Abitkar

২৮/সাহজী পাটিল Shahajibapu Patil

২৯/বিশ্বনাথ ভোইৰ Vishwanath Bhoir

৩০/শান্তাৰাম মোৰে Shantaram More

৩১/তানাজী সাৱন্ত Tanaji Sawant

৩২/মহেশ মোৰে Mahesh More

৩৩/শম্ভুৰাজ দেসাই Shambhuraj Desai

৩৪/উদয়সিং ৰাজপুট Udaysingh Rajput

৩৫/আব্দুল সট্টাৰ Abdul Sattar