Local, Vocal, Global

ৰাজ্যৰ বিভিন্ন স্থানত টেট শিক্ষকক আৱদ্ধ আৰক্ষীৰ

নিউজ ডেস্ক, ২৪ মাৰ্চ : প্ৰতিবাদ কৰিবলৈ অহা টেট উত্তীৰ্ণ শিক্ষকৰ কন্ঠ ৰোধৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ কৃপনালি কৰা নাই ।

ৰাজ্যৰ ২০ হাজাৰ শিক্ষকে গুৱাহাটীত গুৰু-গৰ্জন শীৰ্ষক প্ৰতিবাদী কাৰ্যসূীচ ৰূপায়ণ কৰিছে । বৃহস্পতিবাৰে বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজ্যৰ টেট শিক্ষকে গুৱাহাটীচ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

প্ৰতিবাদ কৰিবলৈ অহা টেট শিক্ষকক মহানগৰৰ বিভিন্ন ঠাইত আটক কৰিছে আৰক্ষীয়ে ।

আনহাতে, গুৱাহাটীৰ উপৰিও ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীয়ে আটক কৰিছে টেট শিক্ষকক।