Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত পথৰ জৰাজীৰ্ণ অৱস্থা

MyNews Bureau by MyNews Bureau
July 25, 2020
in Assam
0
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টিত পথৰ জৰাজীৰ্ণ অৱস্থা
0
SHARES
2
VIEWS

RelatedPosts

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

বঢ়মপুৰ বিধানসভা সমষ্টিৰ একমাত্ৰ পৌৰসভা কামপুৰৰ অতি গুৰুত্বপূৰ্ণ পথে জ্বলা কলা খুৱাইছে ৰাইজক। পৰিৱৰ্তনকামী চৰকাৰৰ এয়া পৰিবৰ্তনৰ নমুনা। কামপুৰ নগৰ সমিতিৰ পথ জৰাজীৰ্ণ অৱস্থা।

বঢ়মপুৰ সমষ্টিৰ ৫টা ৱাৰ্ডৰে গঠিত কামপুৰ নগৰ সমিতিৰ বাট-পথৰ শোচনীয়তাই প্ৰকাশ কৰিছে চৰকাৰৰ উন্নয়নৰ নমুনা। পৌৰসভা এলেকাৰ পথৰ জৰাজীৰ্ণ ৰূপত এতিয়া অতিষ্ঠ হৈ পৰিছে নগৰবাসী। উল্লেখ্য যে ২০০১ বৰ্ষতে কামপুৰৰ  ৫টা ৱাৰ্ডক সংযুক্ত কৰি গঠন কৰা হৈছিল কামপুৰ নগৰ সমিতি। কিন্তু সুদীৰ্ঘ ২০ বছৰে উন্নয়নৰ নামত নগৰবাসীয়ে যাতায়ত আৰু যোগাযোগৰ বাবে ব্যৱহাৰ কৰা বিশেষকৈ  ৪নম্বৰ আৰু ৩নম্বৰ ৱাৰ্ডৰ অতি গুৰুত্বপূৰ্ণ পথ কেইটাই যমৰ যান্ত্ৰনা ভোগাই আহিছে নগৰবাসীক। কামপুৰ নগৰ আৰু কামপুৰ শংকৰদেৱ বিদ্যা নিকেতন সংযোগী অতি ব্যস্ত পথৰ  শোচনীয় অৱস্থাই কামপুৰ নগৰবাসীৰ মনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। ৩৫ টা বছৰে ৰাজত্ব কৰা প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুৰুত্ব দিয়া নাই সমষ্টিবাসীক।

Previous Post

ৰয়েল চেলেঞ্জাৰ বাংগালুৰুৱে জিকিব ত্ৰয়োদশ সংস্কৰণ আই পি এল

Next Post

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি

MyNews Bureau

MyNews Bureau

Related Posts

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?
Assam

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ
Assam

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ
COVID-19

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত
COVID-19

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা
Assam

মৰিয়নী জংচনত বহিৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষাৰ নামত ভেকোভাওনা

April 20, 2021
অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা
Assam

অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত নাই কোনোধৰণৰ ক’ভিড সতৰ্কতা

April 20, 2021
Next Post
শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি

শ্মশানৰ চাৰিবেৰৰ পকী দেৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.