Local, Vocal, Global

৪৮ ঘণ্টাৰ বাবে নাপাব পেট্ৰ’ল,ডিজেল

  • পেট্ৰ’ল পাম্প ডিলাৰ্ছ এচ’ছিয়েশ্বনৰ ঘোষণা।
  • বন্ধ ৰাখিব মহানগৰিত পেট্ৰ’ল পাম্প।
  • ৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত।
  • ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰ পুৱা ৬ বজালৈ বন্ধ থাকিব পাম্প।
  • পেট্ৰল কোম্পানী সমূহৰ মইমতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এচ’ছিয়েশ্বনে।