WATCH | Panchayat Election : দেৰগাঁৱত প্ৰথমবাৰৰ বাবে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনা আৰম্ভ হ’ব
দেৰগাঁও,১০মে’ : কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। দেৰগাঁৱত প্ৰথমবাৰৰ বাবে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোট গণনা আৰম্ভ হ’ব।
ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গণনা ১১ মে তাৰিখে অৰ্থাৎ কাইলে আৰম্ভ হ’ব।
পুৱা ৭ বজাতে খোলা হ’ব ভোট গণনাৰ ষ্টং ৰূম।৮ বজাত আৰম্ভ হ’ব ভোটগণনা।
দেৰগাঁও জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে সাজু হৈছে ভোট গণনাৰ বাবে।
আৰক্ষী প্ৰশাসনে সকলো দিশ সুন্দৰ আৰু কটকটীয়া ৰূপে তদাৰক কৰিছে।
৪ টা জিলা পৰিষদৰ বাবে আৰম্ভ হ’ব ভোট গণনা।
লগতে পঢ়ক : WATCH | Teok News : টীয়কত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান