Local, Vocal, Global

WATCH | Panchayat Election: ৬ নং বৰভাগ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল বৈশ্যৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী,২৭এপ্ৰিল : আঁচনিকেন্দ্ৰিক ৰাজনীতিক মূল্য বৃদ্ধিৰ জৰিয়তে প্ৰত্যাহ্বান জনাব পূৰ্বে দুবাৰকৈ ৰাইজৰ সেৱা আগবঢ়াই এইগৰাকী প্ৰাৰ্থীয়ে।

২০১৩ ৰ পৰা ২০১৮ লৈ সভাপতি আৰু ২০০৩ ৰ পৰা ২০০৮ লৈ কাউঞ্চিলাৰ হিচাপে ৰাইজৰ সেৱা আগবঢ়োৱা এগৰাকী বিশেষ প্ৰাৰ্থীয়ে প্ৰতি ঘৰ লোকক অসমীয়াৰ স্বভিমান গামোচাৰে বিহুৰ শুভেচ্ছা জনাইছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ নলবাৰীৰ বৰভাগৰ মৰোৱাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ(Panchayat Election)।

পূৰ্বৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি হিচাপে সবল নেতৃত্বৰে ৰাইজক প্রতিনিধিত্ব কৰা ৩৮নং বৰক্ষেত্ৰী সমষ্টিৰ অন্তর্গত ৪৮ নং উপৰ বৰভাগ গাঁও পঞ্চায়তৰ ৬ নং বৰভাগ আঞ্চলিক পঞ্চায়তৰ সদস্য (কাউন্সিলাৰ) পদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে ৰাতুল বৈশ্যই।

লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰৰ সমীপৱৰ্তী জটিয়াভাঙ্গাৰা গাঁও পঞ্চায়তত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ