Local, Vocal, Global

WATCH | Goreswar News : গোৰেশ্বৰৰ সমীপৱৰ্তী জটিয়াভাঙ্গাৰা গাঁও পঞ্চায়তত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ

গোৰেশ্বৰ,২৭এপ্ৰিল : গোৰেশ্বৰৰ সমীপৱৰ্তী জটিয়াভাঙ্গাৰা গাঁও পঞ্চায়তত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ।

ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ আশাত বিজেপিৰ কাৰ্যকৰ্তা বুলি চিঠি ছপাই ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ অভিযোগ ৮নং গড়কা ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী ডলী বৈশ্যৰ বিৰুদ্ধে।

নিৰ্বাচনী বিধি উলংঘা কৰা ডলী বৈশ্যৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৱাৰ্ডটোৰ নিৰ্দলীয় প্ৰাৰ্থী কৃপাক্ষী দাসৰ(Goreswar News)।

এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গোৰেশ্বৰৰ সমীপবৰ্তী জটিয়াভাঙ্গৰা পঞ্চায়তৰ ৰাইজৰ মনোনীত প্ৰাৰ্থীসকলো।

লগতে পঢ়ক : WATCH | Panchayat Election: গোৰেশ্বৰত নিৰ্দলীয় প্ৰাৰ্থী দীপশিষা দাসৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ