Local, Vocal, Global

WATCH | Pahalgam terror attack : পেহেলগাম কাণ্ডৰ নিহতসকলক শ্ৰদ্ধাঞ্জলি

মৈৰাবাৰী,২৬এপ্ৰিল : পেহেলগাম কাণ্ডৰ নিহতসকলক শ্ৰদ্ধাঞ্জলি অসম মিঞা (অসমীয়া) পৰিষদ আৰু মৈৰাবাৰী মহিলা সমিতিৰ

মৈৰাবাৰী বজাৰৰ মাজ মজিয়াত মমবাতি জ্বলাই আত্মাৰ শান্তিৰ কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Pahalgam terror attack)।

লগতে পঢ়ক : WATCH | Dibrughar News : ডিব্ৰুগড়ৰ ৰাজপথত জ্বলাই দিলে পাকিস্তানৰ পতাকা