WATCH | Pahalgam terror attack : পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত ৰঙাপৰা চেম্বাৰ অৱ কৰ্মাচ মৌন সমদল
জামুগুৰিহাট,২৬এপ্ৰিল : পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত ৰঙাপৰা চেম্বাৰ অৱ কৰ্মাচ মৌন সমদল ৷
জন্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীয়ে নৃশংস হত্যালীলাৰ প্ৰতিবাদত আৰু শোকসন্তপ্ত পৰিয়াবৰ্গলৈ সহমর্মিতা জনাই ৰঙাপৰা চেম্বাৰ অৱ কৰ্মাচে ৰঙাপৰা চহৰত এক মৌন সমদল উলিয়াই(Pahalgam terror attack)৷
চেম্বাৰ অৱ কমাৰ্চৰ কাৰ্যালয়ৰ পৰা উলিওৱা মৌন সমদলত সদস্যসকলে কলা বেজ পৰিধান কৰি সমগ্ৰ ৰঙাপৰা চহৰ পৰিভ্ৰমণ কৰে ৷ পেহেলগামৰ উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে পেহেলগামৰ ঘটনাক ক্ষীপ্ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ ভাৰত চৰকাৰক দাবী জনায়।
লগতে পঢ়ক : WATCH | Road Accident : দ্রুতবেগী বলৰো বাহনৰ খুন্দা যাত্রীবাহী অটোত;আহত তিনিজন যাত্রী