Local, Vocal, Global

Watch | One dead & another injured in Goalpara’s eviction drive : গোৱালপাৰাত আৰক্ষীৰ গুলীচালনাত প্ৰাণ গ’ল এজনৰ

  • গোৱালপাৰা: গোৱালপাৰা পাইকানত ভয়ংকৰ পৰিস্থিতি
  • গোৱালপাৰাত আৰক্ষীৰ গুলীচালনা
  • কৃষ্ণাইত পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি উচ্ছেদৰ মাজতে আৰক্ষীৰ গুলী চালনা
  • আৰক্ষীৰ গুলীচালনাত নিহত ছাকোৱাৰ আলি,বয়স -১৯
  • আহত ,কচুমুদ্দিন আলি আৰু আমিৰ হামজা লগতে চিকিৎসাধীন ৮জনকৈ লোক
  • পুৱা আৰক্ষী-বন বিভাগৰ সৈতে সংঘাত হৈছিল উচ্ছেদিতৰ
  • ইতিমধ্যে অঞ্চলটো সান্ধ্য আইন জাৰি প্ৰশাসনৰ

লগতে পঢ়ক: Watch | Bilasipara eviction area visit: বিলাসীপাৰাৰ উচ্ছেদিতৰ কাষত উপস্থিত হয় এবিএমছু