WATCH | Nurul Huda :পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া
নগাঁও,১৩মে’ : নগাঁৱত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ প্ৰতিক্ৰিয়া ।
ৰূপহীহাট বিধানসভা সমষ্টিৰ ২৩ টা আঞ্চলিক পঞ্চায়ত পদৰ পৰা ২১টা আঞ্চলিক পঞ্চায়ততে কংগ্ৰেছ দলে জয়ী হবলৈ সক্ষম হৈছে ।
লগতে ৪ টা জিলা পৰিষদতে কংগ্ৰছে জয়ী হ’বলৈ সক্ষম হৈছে( Nurul Huda)।
ৰাইজে ধৰ্মনিৰপেক্ষ শক্তিশালী কৰাৰ স্বাৰ্থত ৰাইজে কংগ্ৰেছৰ পক্ষত থিয় হৈ কংগ্ৰেছৰ প্ৰাৰ্থীক জয়যুক্ত কৰাইছে।
লগতে পঢ়ক : WATCH | Jamugurihat News : ৰঙাপৰাত পাকিস্তানক সমৰ্থন কৰি আটক শুকুৰ আলী