Local, Vocal, Global

North guwahati News: এইবাৰ শিক্ষকৰ ৰূপত কামৰূপ জিলা আয়ুক্ত

উত্তৰ গুৱাহাটী ,৭জানুৱাৰী : শিক্ষকৰ ৰূপত কামৰূপ জিলা আয়ুক্ত।

২০২৫ বৰ্ষৰ প্ৰথম পৰ্য্যায়ৰ গুণোৎসৱত কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ।

আমিনগাওঁ বেংগলী স্কুলৰ শ্ৰেণী কোঠাত শিক্ষক ৰূপত দেৱকুমাৰ মিশ্ৰ(North guwahati News)।

ছাত্ৰ ছাত্ৰীক পাঠ্যক্ৰম বুজোৱাৰ লগতে কবিতা পাঠ কৰালে আয়ুক্ত গৰাকীয়ে।

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰাও শুনিলে কবিতা।

স্কুলীয়া জীৱনৰ কথা মনলৈ আহি নষ্টালজিক হৈ পৰিল আয়ুক্ত গৰাকী।

উল্লেখ্য পূৰ্বতে A+ গ্ৰেড লাভ কৰা আমিনগাওঁ বেংগলী বিদ্যালয়খনিৰ বৰ্তমান ৩৫৩ গৰাকী ছাত্ৰ ছাত্ৰী আছে।

লগতে পঢ়ক :Assam man Goes Missing In Kerala : বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ ধিঙৰ চালনাবড়িৰ যুৱক