Local, Vocal, Global

১২ ছেপ্টেম্বৰৰ পৰা জনশতাব্দী বিশেষ ৰে’ল বাতিল

  • ১২ ছেপ্টেম্বৰ পৰা জনশতাব্দী বিশেষ ট্ৰেইন বাতিল কৰাৰ সিদ্ধান্ত ৰেল বিভাগৰ
  • বাতিল কৰা হব ০২০৬৭/০২০৬৮ গুৱাহাটীৰ-যোৰহাট গুৱাহাটী জন শতাব্দী বিশেষ ট্ৰেইনখন
  • ট্ৰেইনখনত যাত্ৰীৰ সংখ্যা বহু কম হোৱাত ৰেল বিভাগৰ এই সিদ্ধান্ত