ইণ্টেলিজেণ্ট লকডাউনে ৰক্ষা কৰিলে নেডাৰলেণ্ডছক
ইউৰোপৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহত ফেব্ৰুৱাৰী মাহৰ পৰাই অচিন ভাইৰাচে এক আচহুৱা লক্ষণ দেখুৱাই সংহাৰ আৰম্ভ কৰিছিল। তেতিয়া ন’বেল কৰনা ভাইৰাচ নেডাৰলেণ্ডছৰ বাবে আছিল অজ্ঞাত শত্ৰু। দৌৰা-ধপৰাকৈ দেশৰ চিকিৎসা বিজ্ঞানী আৰু চিকিৎসা ক্ষেত্ৰৰ দেশখনৰ সর্বোচ্ছ সংগঠন NIVN এ এই ভাইৰাচ সম্পর্কে আৱিষ্কাৰ কৰিছিল এক তথ্য। এই সংহাৰ ৰুধিবলৈ নেডাৰলেণ্ডে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেয়া আছিল হার্ড ইউমিনিটি। তেতিয়া পৰা ক’ৰনা ভাইৰাচত আক্ৰান্ত হোৱা এজন ব্যক্তি ২য়বাৰ আক্ৰান্ত নহয় ।